ভাৰতত নতুনকৈ ১,৯৩৮ জনলোক কৰ’নাত আক্ৰান্ত

pc News Medical

ভাৰতত নতুনকৈ ১,৯৩৮ জনলোক কৰ’নাত আক্ৰান্ত

ৰঙিলী বাৰ্ত্তাসেৱা-   স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে জনোৱা অনুসৰি ভাৰতত যোৱা ২৪ ঘণ্টাত ১,৯৩৮ জনলোক নতুনকৈ কৰ’নাত আক্ৰান্ত হৈছে। আৰু ৬৭ জন লোক নতুনকৈ কৰ’নাত আক্ৰান্ত হৈ মৃত্যু হৈছে। ভাৰতত কৰ’নাত আক্ৰান্ত হৈ মৃত্যু হোৱা মুঠ লোকৰ সংখ্যা ৫,১৬,৬৭২জনলৈ বৃদ্ধি হৈছে।আনহাতে সক্ৰিয় ঘটনাবোৰ আৰু ২২,৪২৭ লৈ হ্ৰাস পাইছে।