ভাৰতত নতুনকৈ প্ৰায় ১.৬০ লাখ লোক কৰ’নাত আক্ৰান্ত

Pc- The Lancet

ভাৰতত নতুনকৈ প্ৰায় ১.৬০ লাখ লোক কৰ’নাত আক্ৰান্ত

ৰঙিলী বাৰ্ত্তাসেৱা- ভাৰতত যোৱা ২৪ ঘণ্টাত নতুনকৈ ১,৫৯,৬৩২ জন লোক কৰ’নাত আক্ৰান্ত হৈছে। দেশখনত নতুনকৈ ৩২৭ জনলোকৰ নতুনকৈ কৰ’না সংক্ৰমণৰ ফলত মৃত্যু হৈছে। ভাৰতত বৰ্তমান ৫,৯০,৬১১ টা সক্ৰিয় ঘটনা আছে।আনহাতে দৈনিক পজিটিভৰ হাৰ ১০.২১ % লৈ বৃদ্ধি পাইছে।