ভাৰতত নতুনকৈ কৰʼনাত সংক্ৰমিত ১৫হেজাৰ লোক

pc- triNet

ভাৰতত নতুনকৈ কৰʼনাত সংক্ৰমিত ১৫হেজাৰ লোক

ৰঙিলী বাৰ্ত্তাসেৱা-  ভাৰতত যোৱা ২৪ ঘণ্টাত নতুনকৈ ১৫,৮২৩ জন লোক কৰʼনাত সংক্ৰমিত হৈছে। সংক্ৰমিত হোৱা লোকসকলৰ ভিতৰত কেৰালাৰ ৭,৮২৩ জন লোক। ভাৰতত নতুনকৈ ২২৬জন লোকৰ কৰʼনা সংক্ৰমণৰ ফত মৃত্যু হয়। ভাৰতত মুঠ ৩,৪০,০১,৭৪৩ জন লোক কৰʼনাত সংক্ৰমিত হৈছে। আৰু ভাৰতত মুঠ ৪,৫১,১৮৯ জন লোকৰ কৰʼনাৰ ফত মৃত্যু হৈছে। বৰ্তমান ভাৰতত ২,০৭,৬৫৩ টা সক্ৰিয় ঘটনা আছে।