ভাৰতত কৰ’না সংক্ৰমণৰ ফলত নতুনকৈ ৩৮৭ জনলোকৰ  মৃত্যু

Pc The Scientist Magazine

ভাৰতত কৰ’না সংক্ৰমণৰ ফলত নতুনকৈ ৩৮৭ জনলোকৰ  মৃত্যু

ৰঙিলী বাৰ্ত্তাসেৱা-  স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে জনোৱা অনুসৰি ভাৰতত যোৱা ২৪ ঘণ্টাত নতুনকৈ ৭,১৮৯ জন লোক কৰ’নাত সংক্ৰমিত হৈছে। ভাৰতত নতুনকৈ কৰ’না সংক্ৰমণৰ ফলত  ৩৮৭ জন লোকৰ মৃত্যু হৈছে। যাৰ ফলত ভাৰতত মুঠ কৰ’না সংক্ৰমণৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা ৪,৭৯,৫২০ জন লৈ বৃদ্ধি পায়। ভাৰতত বৰ্তমান ৭৭,০৩২ টা সক্ৰিয় ঘটনা আছে।