ভাৰতত কৰ’নাত আক্ৰান্ত হৈ ৩৩ জনলোকৰ নতুনকৈ মৃত্যু

pc News Medical

ভাৰতত কৰ’নাত আক্ৰান্ত হৈ ৩৩ জনলোকৰ নতুনকৈ মৃত্যু

ৰঙিলী বাৰ্ত্তাসেৱা-  স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে জনোৱা অনুসৰি ভাৰতত যোৱা ২৪ ঘণ্টাত ১,৫৮১ জন লোক নতুনকৈ কৰ’নাত আক্ৰান্ত হৈছে। আৰু যোৱা ২৪ঘণ্টাত ৩৩ জন লোকৰ কৰ’নাত আক্ৰান্ত হৈ মৃত্যু হৈছে। নতুনকৈ মৃত্যু হোৱা লোকসকলৰ ভিতৰত কেৰালাৰ ২২জন লোক। ভাৰতত কৰ’নাত আক্ৰান্ত হৈ মৃত্যু হোৱা মুঠ লোকৰ সংখ্যা ৫,১৬,৫৪৩ জনলৈ বৃদ্ধি হয়। সক্ৰিয় ঘটনাবোৰ ২৩,৯১৩ লৈ হ্ৰাস পাইছে।