ভাৰতত কৰʼনা সংক্ৰমণৰ লত ১৯৫ জন লোকৰ মৃত্যু

Pc CDC

ভাৰতত কৰʼনা সংক্ৰমণৰ লত ১৯৫ জন লোকৰ মৃত্যু

ৰঙিলী বাৰ্ত্তাসেৱা- ভাৰতত যোৱা ২৪ ঘণ্টাত নতুনকৈ ৮,৪৩৯ জন লোক কৰʼনা ভাইৰাছত সংক্ৰমিত হৈছে। দেশখনত প্ৰায় নতুনকৈ ১৯৫ জন লোকৰ মৃত্যু হৈছে। যাৰ ফলত মৃত্যুৰ সংখ্যা ৪,৭৩,৯৫২ জনলৈ বৃদ্ধি হৈছে। নতুন ঘটনাৰ সৈতে ভাৰতত মুঠ ৩,৪৬,৫৬,৮২২জন লোক কৰʼনা ভাইৰাছত সংক্ৰমিত হৈছে। আনহাতেভাৰতত বৰ্তমান ৯৩,৭৩৩ টা সক্ৰিয় ঘটনা আছে।