ভাৰতত আকৌ কৰ’না সংক্ৰমণ বৃদ্ধি

pc-BBC

ভাৰতত পুনৰ কৰ’না সংক্ৰমণ বৃদ্ধি

অনলাইন বাৰ্ত্তাসেৱা– ২৪ ঘণ্টাত ভাৰতত  ৪২,৯৬৬ জন লোকৰ দেহত  কৰʼনা সংক্ৰমন ধৰা পৰে। এতিয়ালৈ দেশত ৩.১৪ কোটি লোক কৰʼনা সংক্ৰমনত সংক্ৰমিত হৈছে। আৰু ৩.০৬ কোটি লোক সংক্ৰমণৰ পৰা আৰোগ্য হৈ উঠিছে। কৰʼনা সংক্ৰমনৰ ফলত দেশত যোৱা ২৪ ঘণ্টাত ৬৪১ জন লোকৰ মৃত্যু হয়।এতিয়ালৈ ভাৰতত কৰʼনা মহামাৰীয়ে ৪.২২ লাখ লোকৰ প্ৰাণ লৈছে।

(R.T)