ভাৰতত অ’মিক্ৰনত আক্ৰান্তৰ ঘটনা ১৫০০ৰ সীমা অতিক্ৰম

Pc Telangana Today

ভাৰতত অ’মিক্ৰনত আক্ৰান্তৰ ঘটনা ১৫০০ৰ সীমা অতিক্ৰম

ৰঙিলী বাৰ্ত্তাসেৱা- যোৱা ২৪ ঘণ্টাত ভাৰতত নতুনকৈ অ’মিক্ৰণত ৯৪ জন লোক সংক্ৰমিত হৈছে। যাৰ ফলত ভাৰতত অ’মিক্ৰণত সংক্ৰমিত হোৱা লোকৰ সৌংখ্যা ১,৫২৫ জন লৈ বৃদ্ধি পায়। মহাৰাষ্ট্ৰত ৪৬০ জন লোক অ’মিক্ৰণত সংক্ৰমিত হৈছে। দিল্লীত ৩৫১ জন লোক আৰু গুজৰাটত ১৩৬ জন লোক আক্ৰান্ত হৈছে। লক্ষণীয়ভাৱে ভাৰতত ৫৬০ জন লো অ’মিক্ৰণ ঘটনা ডিচচাৰ্জ/পুনৰুদ্ধাৰ কৰা হৈছে বা প্ৰব্ৰজন কৰা হৈছে।