ভাৰতত অমিক্ৰণত ১,৮৯২ জন লোক আক্ৰান্ত 

Pc. the Guardian

ভাৰতত অমিক্ৰণত ১,৮৯২ জন লোক আক্ৰান্ত 

ৰঙিলী বাৰ্ত্তাসেৱা- ভাৰতত অমিক্ৰণত যোৱা ২৪ ঘণ্টাত ১৯২জন লোক আক্ৰান্ত হৈছে। যাৰ ফলত ভাৰতত অমিক্ৰণত আক্ৰান্ত হোৱা লোকৰ সংখ্যা ১,৮৯২ জনলৈ বৃদ্ধি হয়। মহাৰাষ্ট্ৰ আৰু দিল্লী সৰ্বাধিক লোক অমিক্ৰণত আক্ৰান্ত হৈছে।মহাৰাষ্ট্ৰত ৫৬৮ জন লোক আক্ৰান্ত হৈছে। আৰু দিল্লীত ৩৮২ জন লোক আক্ৰান্ত হৈছে। কেৰালা, ৰাজস্থান, গুজৰাট আৰু তামিলনাডুতো এতিয়ালৈকে ১০০ ৰো অধিক লোক অমিক্ৰণত আক্ৰান্ত হৈছে।