ভাৰতত অ’মিক্ৰণত ১,৭০০লোক আক্ৰান্ত

Pc. Scroll.in

ভাৰতত অ’মিক্ৰণত ১,৭০০লোক আক্ৰান্ত

ৰঙিলী বাৰ্ত্তাসেৱা-  ভাৰতত যোৱা ২৪ ঘণ্টাত অ’মিক্ৰণ কোভিড-১৯ প্ৰকাৰত ১৭৫ জন লোক সংক্ৰমিত হয়। যাৰ ফলত অ’মিক্ৰণত সংক্ৰমিত লোকৰ সংখ্যা ১,৭০০জনলৈ বৃদ্ধি পায়। ভাৰতৰ ২৩ খন ৰাজ্য আৰু ইউটিএছত এই প্ৰকাৰটো চিনাক্ত কৰা হৈছে। মহাৰাষ্ট্ৰত এতিয়ালৈকে ৫১০ জন লোক অ’মিক্ৰণত সংক্ৰমিত হৈছে। আৰু দিল্লীত ৩৫১ জন লোক।