ভাৰতত অমিক্ৰণত আক্ৰান্তৰ সংখ্যা ৩,০০০ৰ সীমা অতিক্ৰম

P.c- The Hindu

ভাৰতত অমিক্ৰণত আক্ৰান্তৰ সংখ্যা ৩,০০০ৰ সীমা অতিক্ৰম

ৰঙিলী বাৰ্ত্তাসেৱা- ভাৰতত অমিক্ৰণত নতুনকৈ ৩৭৭ জন লোক সংক্ৰমিত হৈছে। যাৰ ফলত দেশত অমিক্ৰণত আক্ৰান্ত হোৱা মুঠ লোকৰ সংখ্যা ৩,০০৭ জনলৈ বৃদ্ধি হয়। অমিক্ৰণ প্ৰকাৰটো ২৭খন ৰাজ্য আৰু ইউটিএছত চিনাক্ত কৰা হৈছে। মহাৰাষ্ট্ৰত সৰ্বাধিক ৮৭৬ জনলোক আক্ৰান্ত হৈছে। আৰু দিল্লীত ৪৬৫ জন লোক।