ব্যাপক জন  বিস্ফোৰণ অসমৰ উন্নয়নহীনতাৰ প্ৰধান কাৰণ-ড০ হিমন্ত বিশ্ব শৰ্মা 

pc The Economic Times.jpg

ব্যাপক জন  বিস্ফোৰণ অসমৰ উন্নয়নহীনতাৰ প্ৰধান কাৰণ- ড০ হিমন্ত বিশ্ব শৰ্মা 

অনলাইন বাৰ্ত্তাসেৱা– জনসংখ্যা বিস্ফোৰণকলৈ মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য। জন  বিস্ফোৰণ অসমৰ উন্নয়নহীনতাৰ প্ৰধান কাৰণ। সদনত এই মন্তব্য মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ। জনসংখ্যা বিস্ফোৰণ সন্দৰ্ভত বিস্তৃত তথ্য দাঙি ধৰি মুখ্যমন্ত্ৰীয়ে কয় ৰাজনীতিৰ উৰ্ধলৈ গৈ জনসংখ্যা বৃদ্ধি ৰোধ কৰিব নোৱাৰিলে অসম সদায় পিছপৰা ৰাজ্য হিচাপে থাকি যাব।

(R.T)