বেংগালুৰুত ৩০০ শিশু কৰ’নাত সংক্ৰমিত

pc-WebMd

বেংগালুৰুত ৩০০ শিশু কৰ’নাত সংক্ৰমিত

অনলাইন বাৰ্ত্তাসেৱা– বেংগালুৰুৰ পৌৰ প্ৰশাসনৰ তথ্য অনুসৰি ১০ বছৰতকৈ কম বয়সৰ ১২৭ টা শিশু আৰু ১০-১৯ বছৰৰ ভিতৰত ১৭৪ টি কিশোৰ ৫-১০ আগষ্টৰ ভিতৰত কৰ’নাত সংক্ৰমিত হৈছে। দেশত শিশুসকলক প্ৰতিষেধক প্ৰদানৰ গৱেষণা চলি থকাৰ সময়তে এনেদৰে শিশুৰ মাজত কৰ’নাৰ সংক্ৰমণ বৃদ্ধি পোৱাটো অতিকৈ উদ্বেগজনক। ভাৰতত কৰ’নাৰ তৃতীয় লহৰত শিশুসকল সৰ্বাধিক ক্ষতিগ্ৰস্ত হ’ব বুলি বিশেষজ্ঞসকলে ইয়াৰ পূৰ্বে সকীয়াই দিছে। প্ৰতিষেধক লাভ নকৰা শিশুসকলক লৈ স্বাস্থ্য বিশেষজ্ঞসকলে উদ্বিগ্নতা ব্যক্ত কৰিছে।

 

(R.T)