বুমৰাহ আৰু ছামীৰ পিছত, চিৰাজ মোৰ ৩ নম্বৰ পেচাৰ: ভিভিএছ লক্ষ্মণ

pc Hindustan times

বুমৰাহ আৰু ছামীৰ পিছত, চিৰাজ মোৰ ৩ নম্বৰ পেচাৰ: ভিভিএছ লক্ষ্মণ

ৰঙিলী বাৰ্ত্তাসেৱা- ভাৰতৰ প্ৰাক্তন ক্ৰিকেটাৰ ভিভিএছ লক্ষ্মণে কৈছে যে যশপ্ৰীত বুমৰাহ আৰু মহম্মদ ছামীৰ পিছত, মহম্মদ চিৰাজ টীম ইণ্ডিয়াত তেওঁৰ তিনি নম্বৰ পেচাৰ। মুম্বাইৰ ৱানখেডে ষ্টেডিয়ামত চলি থকা টেষ্টত নিউজিলেণ্ডৰ প্ৰথম ইনিংছৰ সময়ত চিৰাজে নিউজিলেণ্ডৰ অপেনাৰ উইল ইয়ং, টম লাথাম আৰু অভিজ্ঞ বেটাৰ ৰছ টেইলৰক আউট কৰে। ভাৰতে নিউজিলেণ্ডক ৬২/১০ ত বান্ধি দিছিল।