বুকুত প্ৰচণ্ড বিষ — ববিতা বৰা,কলিয়াবৰ

বুকুত প্ৰচণ্ড বিষ।

কাৰোবাক সজোৰে আলিংগন কৰি তাৰ বুকুত বিষ।
মোৰো একেই…
পাৰ্থক্য মাথো,তাৰ বিষটো বুকুৰ সোঁফালে আৰু মোৰ..বুকুৰ ঠিক বাওঁফাললে।
ববিতা বৰা
কলিয়াবৰ