বিহাৰৰ মন্ত্ৰী মুকেশ সাহানী নেতৃত্বাধীন ভিআইপি দলৰ ৩ জন বিধায়কৰ বিজেপিত যোগদান

pc.- Tribune India

বিহাৰৰ মন্ত্ৰী মুকেশ সাহানী নেতৃত্বাধীন ভিআইপি দলৰ ৩ জন বিধায়কৰ বিজেপিত যোগদান

ৰঙিলী বাৰ্ত্তাসেৱা-  বিহাৰৰ পশুপালন আৰু মীন পালন মন্ত্ৰী মুকেশ সাহানীৰ নেতৃত্বত বিকাশশীল ইনছান পাৰ্টিৰ (ভিআইপি) নিৰ্বাচিত তিনিওজন বিধায়কে দল ত্যাগ কৰে আৰু বিজেপিত যোগদান কৰে। ৰাজু কুমাৰ সিং, মিশ্ৰী লাল যাদৱ আৰু স্বৰ্ণ সিঙ তিনিজন বিধায়কে বিহাৰ বিধানসভাৰ অধ্যক্ষ বিজয় কুমাৰ সিনহাক সাক্ষাৎ কৰি জনাইছিল যে তেওঁলোকে বিজেপিত যোগদান কৰিব বিচাৰে।