বিশ্বাস- ৰাজলক্ষ্মী বৰঠাকুৰ

pc shutterstock

বিশ্বাস

চৰাইয়ে কেতিয়াও
গছৰ ডাল ভাঙি যোৱাৰ
ভয় নকৰে,
কাৰণ সিহঁতৰ বিশ্বাস
গছৰ ডালৰ ওপৰত নহয়
সিহঁতৰ ডেউকাৰ ওপৰত
সেইবাবে মানুহেও
জীৱনত নিজৰ ওপৰত
বিশ্বাস ৰাখিব লাগে
আনৰ ওপৰত নহয়।

ৰাজলক্ষ্মী বৰঠাকুৰ
দেৱৰাজ ৰয় মহাবিদ্যালয় গোলাঘাট