বিধানসভাৰ মজিয়াত হাতত প্লে-কাৰ্ড লৈ অখিল গগৈৰ প্ৰতিবাদ

pc Economic Times

বিধানসভাৰ মজিয়াত হাতত প্লে-কাৰ্ড লৈ অখিল গগৈৰ প্ৰতিবাদ

অনলাইন বাৰ্ত্তাসেৱা – বিজেপি চৰকাৰে গাঁওঅঞ্চলত গৃহ নিৰ্মাণ কৰোঁতে, ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰা কৰ আৰোপ কৰিবলৈ গ্ৰহণ কৰা সিদ্ধান্তৰ বিৰুদ্ধে ধাৰাবাহিকভাৱে বিধানসভাৰ মজিয়াত অখিল গগৈয়ে হাতত প্লে-কাৰ্ড লৈ প্ৰতিবাদ কৰিছিল। বিধানসভাত প্লে-কাৰ্ড দেখুৱাৰ বাবে সদনৰ পৰা বহিস্কাৰৰ ভাবুকিও দিছিল। অৱশেষত বিজেপি চৰকাৰে গাঁওঅঞ্চলত লগোৱা কৰ উঠাই লবলৈ বাধ্য হ’ল।

(UD.)