বিদ্যা সিং ইংলেঙলৈ অসম চৰকাৰৰ কেবিনেট মর্যাদা 

pc the Sentinel Assam

বিদ্যা সিং ইংলেঙলৈ অসম চৰকাৰৰ কেবিনেট মর্যাদা 

ৰঙিলী বাৰ্ত্তাসেৱা-  অসম চৰকাৰে এক অধিসূচনাযােগে ডিফু বিধানসভা সমষ্টিৰ বিধায়ক বিদ্যা সিং ইংলেঙলক অসম পার্বত্য ক্ষুদ্র উদ্যোগ উন্নয়ন নিগম লিমিটেডৰ অধ্যক্ষ হিচাপে অসম চৰকাৰৰ কেবিনেট পর্যায়ৰ পদমর্যাদা প্রদান কৰি নিয়ােগ কৰিছে।