বিদেশী পৰ্যটকক ভিছা প্ৰদান ইউএইয়ে

বিদেশী পৰ্যটকক ভিছা প্ৰদান ইউএইয়ে

অনলাইন বাৰ্ত্তাসেৱা- ভাৰতীয় পৰ্যটকৰ বাবে সংযুক্ত আৰব এমিৰেটছ(ইউ এ ইয়ে)ৰ প্ৰশাসনে প্ৰকাশ কৰে যে ৩০ আগষ্টৰ পৰা পৰ্যটক ভিছা প্ৰদান কৰিব। ইউ এ ই প্ৰশাসনৰ এই ঘোষণাৰ পাছতে দেশখনলৈ যাত্ৰা কৰিব বিচৰা পৰ্যটকৰ মাজত উৎসাহ দেখা গৈছে। যাত্ৰীসকলে ইউ এ ইলৈ যাবলৈ আগ্ৰহী যাত্ৰীয়ে বিমানৰ টিকট বুকিং কৰাৰ বাবে তৎপৰতা প্ৰৰ্দশন কৰিছে যদিও বিমান কোম্পানীসমূহে এতিয়ালৈ টিকটৰ বুকিং কৰা নাই। ছেপ্টেম্বৰ মাহৰ পৰা ভাৰতকে ধৰি অন্যান্য দেশসমূহৰ পৰা বিদেশী পৰ্যটকৰ আগমন হʼব বুলি ইউ এ ই প্ৰশাসনে আশা কৰিছিল।

 

(RT)