বিত্ত মন্ত্ৰী সীতাৰমণৰ কাগজবিহীন বাজেটৰ বাবে ‘মেড ইন ইণ্ডিয়া’ টেবলেট ব্যৱহাৰ

p.c-One India

বিত্ত মন্ত্ৰী সীতাৰমণৰ কাগজবিহীন বাজেটৰ বাবে ‘মেড ইন ইণ্ডিয়া’ টেবলেট ব্যৱহাৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে ২০২২-২৩ বৰ্ষৰ কেন্দ্ৰীয় বাজেটখন ‘মেড ইন ইণ্ডিয়া’ টেবলেটত কাগজবিহীন ফৰ্মেটত কঢ়িয়াই আনিছিল য’ত ৰাষ্ট্ৰীয় প্ৰতীক ৰখা হৈছিল। এইটো পোনপটীয়া দ্বিতীয় বছৰ সীতাৰমণে বাজেট উপস্থাপন কৰিবলৈ ‘মেড ইন ইণ্ডিয়া’ টেবলেট ব্যৱহাৰ কৰিছে।