বিজেপি আৰু এছপিক তালাক, তালাক, তালাক কোৱাৰ সময়: এআইএমআইএমৰ মুৰব্বী ওৱাইচি

Pc the Indian express

বিজেপি আৰু এছপিক তালাক, তালাক, তালাক কোৱাৰ সময়: এআইএমআইএমৰ মুৰব্বী ওৱাইচি

ৰঙিলী বাৰ্ত্তাসেৱা-  উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচনৰ মাজতে এক সমাৱেশক সম্বোধন কৰি এআইএমআইএমৰ মুৰব্বী আসাদুদ্দিন ওৱাইচিয়ে  কয় যে ৰাজ্যখনৰ বিজেপি আৰু এছপিক “তালাক, তালাক, তালাক” কোৱাৰ সময় আহি পৰিছে। তেওঁ ৰাজ্যৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ আৰু এছপি প্ৰধান অখিলেশ যাদৱকো “নিষ্ঠুৰ আৰু অহংকাৰী” বুলি অভিহিত কৰিছিল। তেওঁ লগতে কয়, “আদিত্যনাথ আৰু যাদৱ পৃথক হৈ যোৱা ভাতৃ।