বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা কোভিড-১৯ত পজিটিভ

p.c. India Today

বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা কোভিড-১৯ত পজিটিভ

ৰঙিলী বাৰ্ত্তাসেৱা-  ভাৰতীয় জনতা পাৰ্টিৰ (বিজেপি) ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই  নিশ্চিত কৰিছে যে তেওঁ কোভিড-১৯ত পজিটিভ হৈছে। টুইটাৰ যোগে তেওঁ কয়, “মই ভাল অনুভৱ কৰি আছো আৰু চিকিৎসকৰ পৰামৰ্শ অনুসৰি নিজকে আইশ্ব’লেচন কৰি ৰাখিছো।” প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰকে ধৰি কেইবাজনো ৰাজনৈতিক নেতা কোভিড-১৯ত পজিটিভ হৈছে।