বিজেপিয়ে আনুষ্ঠানিকভাৱে পঞ্জাৱ নিৰ্বাচনৰ বাবে ধিন্দছাৰ দল আৰু অমৰিন্দৰৰ সৈতে মিত্ৰতা ঘোষণা কৰে

Pc Clarion India

বিজেপিয়ে আনুষ্ঠানিকভাৱে পঞ্জাৱ নিৰ্বাচনৰ বাবে ধিন্দছাৰ দল আৰু অমৰিন্দৰৰ সৈতে মিত্ৰতা ঘোষণা কৰে

ৰঙিলী বাৰ্ত্তাসেৱা-  কেন্দ্ৰীয় মন্ত্ৰী গজেন্দ্ৰ সিং শ্বেখাৱতে  আনুষ্ঠানিকভাৱে ঘোষণা কৰে যে ভাৰতীয় জনতা পাৰ্টি (বিজেপি), পঞ্জাৱৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অমৰিন্দৰ সিঙৰ পঞ্জাৱ লোক কংগ্ৰেছ আৰু সুখদেৱ সিং ধিন্দচা নেতৃত্বাধীন শিৰোমণি অকালি দলে (সন্নুক্ত) আগন্তুক পঞ্জাৱ বিধানসভা নিৰ্বাচনত যুটীয়াভাৱে প্ৰতিদ্বন্দিতা কৰিব। পঞ্জাৱৰ বাবে বিজেপিৰ নিৰ্বাচনী ভাৰপ্ৰাপ্ত বিষয়া শ্বেখাৱতে কয় যে আসন ভাগ-বতৰা চুক্তি চূড়ান্ত কৰিবলৈ এখন যুটীয়া সমিতি গঠন কৰা হ’ব।