বিজেডিৰ সুলোচনা দাস ভুৱনেশ্বৰৰ প্ৰথম মহিলা মেয়ৰ 

pc Hindustan Times

বিজেডিৰ সুলোচনা দাস ভুৱনেশ্বৰৰ প্ৰথম মহিলা মেয়ৰ 

ৰঙিলী বাৰ্ত্তাসেৱা-  বিজেডিৰ সুলোচনা দাস ভূৱনেশ্বৰ পৌৰ নিগমৰ প্ৰথম মহিলা মেয়ৰ হৈছিল। “মোক এই সুযোগ দিয়াৰ বাবে মই ভুৱনেশ্বৰৰ জনসাধাৰণ আৰু আমাৰ মুখ্যমন্ত্ৰী নবীন পাটনায়কক ধন্যবাদ জনাব বিচাৰো। স্মাৰ্ট আৰু জীৱন্ত ভুৱনেশ্বৰ আমাৰ প্ৰথম অগ্ৰাধিকাৰ,” তেওঁ কয়। বিজেডিৰ মেয়ৰ প্ৰাৰ্থীসকলে ভুৱনেশ্বৰ, কটক আৰু বঢ়মপুৰ তিনিওখন পৌৰ নিগমত জয়ী হৈছিল।