বিজয় দেৱেৰাকোণ্ডা আৰু অনন্যা পাণ্ডে অভিনীত ‘লিগাৰ’ত মাইক টাইছনেৰ অভিনয়

pc- DNA India

বিজয় দেৱেৰাকোণ্ডা আৰু অনন্যা পাণ্ডে অভিনীত ‘লিগাৰ’ত মাইক টাইছনেৰ অভিনয়

অনলাইন বাৰ্ত্তাসেৱা- ধৰ্মা প্ৰডাকচনে টুইটাৰযোগে ঘোষণা কৰে যে আমেৰিকাৰ প্ৰাক্তন বক্সাৰ মাইক টাইছনে আহিবলগীয়া ছবি ‘লিগাৰ’ত অভিনয় কৰি ভাৰতীয় পৰ্দাত আত্মপ্ৰকাশ কৰিব। এক প্ৰতিবেদন অনুসৰি, টাইছনে ছবিখনৰ ক্লাইমেক্স অংশত এটা কেমিঅ’ প্ৰদৰ্শন কৰিব। চলচ্চিত্ৰখনত তেলেগু অভিনেতা বিজয় দেৱেৰাকোণ্ডা আৰু বলীউডৰ অভিনেত্ৰী অনন্যা পাণ্ডেও অভিনয় কৰিছে।