বিচিচিআইৰ ভাৰতৰ অনুৰ্ধ-১৯ বিশ্বকাপ বিজয়ী খেলুৱৈসকলৰ বাবে ৪০লাখ নগদ পুৰস্কাৰ ঘোষণা 

pc.- cricket.surf

বিচিচিআইৰ ভাৰতৰ অনুৰ্ধ-১৯ বিশ্বকাপ বিজয়ী খেলুৱৈসকলৰ বাবে ৪০লাখ নগদ পুৰস্কাৰ ঘোষণা 

ৰঙিলী বাৰ্ত্তাসেৱা-   বিচিচিআইয়ে ভাৰতৰ ২০২২ চনৰ অনুৰ্ধ-১৯ বিশ্বকাপ বিজয়ী ক্ৰিকেটাৰসকলৰ বাবে ৪০ লাখ কৈ নগদ পুৰস্কাৰ ঘোষণা কৰিছে। বৰ্ডে আৰু দলটোৰ সহায়ক কৰ্মচাৰীসকলৰ বাবে ২৫ লাখ  নগদ পুৰস্কাৰ ঘোষণা কৰিছিল। ফাইনেলত ভাৰতে ইংলেণ্ডক চাৰি উইকেটত পৰাস্ত কৰি অভিলেখ গঢ়ি পঞ্চমবাৰৰ বাবে অনুৰ্ধ-১৯ বিশ্বকাপৰ খিতাপ দখল কৰে।