বাৰ্চিলোনাত ২১ বছৰ থকাৰ পিছত লিঅ’নেল মেছিয়ে ২ বছৰৰ চুক্তিৰ সৈতে পি.এছ.জি.ত যোগদান কৰে

pc The News Motion

বাৰ্চিলোনাত ২১ বছৰ থকাৰ পিছত লিঅ’নেল মেছিয়ে ২ বছৰৰ চুক্তিৰ সৈতে পি.এছ.জি.ত যোগদান কৰে

অনলাইন বাৰ্ত্তাসেৱা – ছয়বাৰকৈ বেলন ডি’অৰ বিজয়ী লিঅ’নেল মেছিয়ে বাৰ্চিলোনাত ২১ বছৰ অতিবাহিত কৰাৰ পিছত দুবছৰীয়া চুক্তিৰ সৈতে যোগদান কৰে পি.এছ.জি.ত। তেওঁৰ চুক্তি ২০২৪ চনৰ জুনলৈকে সম্প্ৰসাৰিত কৰাৰ বিকল্প থাকিব। স্পেনিছ লীগৰ নিয়মৰ বাবে চুক্তি নৱীকৰণ কৰাত ব্যৰ্থ হোৱাত ৩৪ বছৰীয়া এইগৰাকী খেলুৱৈয়ে বাৰ্চিলোনা ত্যাগ কৰে। মেছিয়ে তেওঁৰ নতুন ক্লাবৰ বিষয়ে উল্লেখ কৰি এনেদৰে কয়, ” Everything about the club matches my football ambitions.”

(UD.)