বাতৰি কপিৰাইটৰ অপৰাধত ফ্ৰান্সৰ পৰা গুগলক ৪,৪০০ কোটি টকা জৰিমনা বিহা হৈছে

pc CNET

অনলাইন বাৰ্ত্তাসেৱা – বাতৰি কপিৰাইট অপৰাধৰ বাবে গুগলক ফ্ৰান্সত €৫০০ নিযুত (৪,৪০০ কোটিতকৈও অধিক) জৰিমনা বিহা হৈছে। গুগলে ইয়াৰ গুগল নিউজ সেৱাত প্ৰবন্ধসমূহৰ প্ৰদৰ্শন কৰাৰ ওপৰত ২০২০ চনৰ সিদ্ধান্তক উপেক্ষা কৰিছিল।