বলিউদৰ প্ৰবীণ অভিনেতা দিলীপ কুমাৰ হিন্দুজা হাস্পতালৰ আই চি ইউত ভৰ্তি

pc-indiatoday

অনলাইন বাৰ্ত্তাসেৱা-  অসুস্থ হৈ পৰা বলিউদৰ প্ৰবীণ অভিনেতা দিলীপ কুমাৰক হিন্দুজা হাস্পতালৰ আই চি ইউত ভৰ্তি কৰোৱা হৈছে।শ্বাস-্প্ৰশ্বাসজনিত সমস্যাত ভূগিছে অভিনেতাজন।মাত্ৰ ১০ দিনৰ পূৰ্বে দিলীপ কুমাৰক চিকিৎসালয়ৰ পৰা মুকলি কৰি অনা হৈছিল।শ্বাস-প্ৰশ্বাসজনিত সমস্যাত ভূগাৰ বাবেই ৯৮ বছৰীয়া দিলীপ কুমাৰক ৬ জুনত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। (by utpal kalita)