বলিউডৰ শিল্পী ছাৰহানাই বাচি ল’লে আত্মহত্যা চৰম পন্থা

pc Hindustan Times.jpg

অনলাইন বাৰ্ত্তাসেৱা – কোৰোনাকেন্দ্ৰিক পৰিস্থিতিয়ে শেহতীয়াকৈ বহুজনক হতাশগ্ৰস্ত কৰা দেখা গৈছে। জীৱিকাৰ নিৰাপত্তা নোহোৱা এই পৰিৱেশত বহুজনে বাচি লৈছে চৰম পথ। শেহতীয়াকৈ বলিউদৰ পৰা আহিছে তেনে এটা বেয়া খবৰেই। বলিউদ শিল্পী ছাৰহানাৰ আত্মহত্যাই ঘটনাই শেহতীয়াকৈ পুনৰ জোকাৰি গৈছে বলিউদক। কোৰোনা মহামাৰীৰ বাবে ঘৰতে সোমাই থাকি কাম-কাজৰ পৰা বঞ্চিত হৈ হতাশাত ভোগা বলিউদৰ শিল্পী চাৰহানাই শেহতীয়াকৈ বাচি ললে চৰম পথ। প্ৰবীণ অভিনেতা অনুপম খেৰে শীৰ্ষ চৰিত্ৰত অভিনয় কৰা আৰু মুক্তিৰ অপেক্ষাত থকা- দ্য কাশ্মীৰ ফাইলছ নামৰ ছবিত লাইন প্ৰডিউচাৰ হিচাপে কাম কৰিছিল ছাৰহানাই।

(উৎপল কলিতা)