বটদ্ৰৱাত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান

1f965454-bd0d-4f21-b465-d76515e78fe7

বটদ্ৰৱাত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান

আদিলুৰ ৰহমান, টুকটুকী ,ৰঙিলী বাৰ্ত্তাসেৱা – সমগ্ৰ ৰাজ্যৰ লগতে নগাঁও জিলাৰ বটদ্ৰৱা আৰক্ষীয়েও অব্যাহত ৰাখিছে ড্ৰাগছ বিৰোধী সফল অভিযান । বটদ্ৰৱা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া কুমুদ গগৈৰ নেত্বিত্বত গোপন সূত্ৰৰ পম খেদি বটদ্ৰৱা আৰক্ষী থানাৰ অন্তৰ্গত আমলখিৰ পৰা আজমল হুছেইন নামৰ এজন ড্ৰাগছ ব্যৱসায়িক আটক কৰিবলৈ সক্ষম হয়।ধৃত ড্ৰাগছ ব্যৱসায়ীটোৰ পৰা আৰক্ষীয়ে ১৩.২০গ্ৰাম ড্ৰাগছৰ লগতে বহু কেইটা কনটেইনাৰ জব্দ কৰিবলৈ সক্ষম হয়।উল্লেখ্য যে, বটদ্ৰৱা আৰক্ষীয়ে সঘনাই চলাইছে ড্ৰাগছ বিৰোধী সফল অভিযান ইতিমধ্যে বটদ্ৰৱা আৰক্ষীয়ে মাৰাথান জেৰা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে।