বক্সিং কোৱাৰ্টাৰত উপনীত হ’বলৈ সক্ষম হৈছে লাভলিনা বৰগোহাঁই

pc The Sentinel Assam

অনলাইন বাৰ্ত্তাসেৱা – ২৩ বছৰীয়া ভাৰতীয় বক্সাৰ তথা অসমৰ প্ৰথমগৰাকী মহিলা বক্সাৰ লাভলিনা বৰগোহাঁইয়ে আজি কোকুগিকান এৰেনাত অভিজ্ঞ জাৰ্মানী পুজিলিষ্ট নাদিন এপেৎজৰ বিৰুদ্ধে এক আকৰ্ষণীয় প্ৰদৰ্শন কৰে। জ্যেষ্ঠ বক্সাৰৰ বিৰুদ্ধে জয়লাভ কৰাৰ লগে লগে লাভলিনাই মহিলা ৱেলটাৰৱেট বিভাগৰ (64 ৰ পৰা 69 কি.গ্ৰা.) কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে। লাভলিনাই ভাৰতৰ বাবে পদক অৰ্জন কৰিবৰ বাবে মাত্ৰ এখোজ আতৰত আছে।

(UD.)