ফ্ৰান্সত ভেকছিন পাছ নীতিৰ বিৰুদ্ধে হাজাৰ হাজাৰ লোকৰ প্ৰতিবাদ

p.c -Hindustantimes

ফ্ৰান্সত ভেকছিন পাছ নীতিৰ বিৰুদ্ধে হাজাৰ হাজাৰ লোকৰ প্ৰতিবাদ

ৰঙিলী বাৰ্ত্তাসেৱা-   সোমবাৰৰ পৰা কাৰ্যকৰী হোৱা এটা ভেকছিন পাছ বাধ্যতামূলক কৰা নতুন কোভিড নিৰ্দেশনাৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ ফ্ৰান্সত প্ৰায় ৩৮,০০০ লোক ৰাজপথলৈ ওলাই আহিছিল। নতুন নিয়ম অনুসৰি ৰেষ্টুৰেণ্ট বা বাৰ, ৰাজহুৱা পৰিবহন আৰু অন্যান্য সেৱা প্ৰাপ্ত কৰাৰ বাবে ১৬ বছৰ বা তাতকৈ অধিক বয়সৰ সকলোৰে ওচৰত ভেকছিন পাছ থাকিব লাগিব। “ভেকছিন পাছ সম্পূৰ্ণ প্ৰতিৰোধ!” বুলি চিঞৰ বাখৰ কৰা হৈছিল।