‘ফুক্ৰে 3’ চলচ্চিত্ৰখনে ২০২১-ৰ শেষৰ ফালে মুক্তি লাভ কৰিবঃ পৰিচালক মৃঘদীপ সিং লাম্বা

pc The New Indian Express

অনলাইন বাৰ্ত্তাসেৱা – পুলকিত সম্ৰাট, বৰুণ শৰ্মা, আলী ফজল, মনজ্যোত সিং আৰু ৰিচা চ্দ্দা অভিনীত ‘ফুক্ৰে’ ফ্ৰেঞ্চাইজিৰ তৃতীয় খণ্ড ২০২১ চনৰ শেষৰ ফালে মুক্তি লাভ কৰিব বুলি পৰিচালক মৃঘদীপ সিং লাম্বাই নিশ্চিত কৰিছে। তেওঁ লগতে উল্লেখ কৰে, “আমি বিচাৰো যে পৰিস্থিতি সুস্থিৰ হওক, ছেটত যোৱাৰ আগতে সকলোৱে সুৰক্ষিত অনুভৱ কৰা উচিত।” চলচ্চিত্ৰখনৰ পূৰ্বৱৰ্তী খণ্ড দুটা মুকলি কৰা হৈছিল ২০১৩ আৰু ২০১৭ চনত।

(UD.)