প্ৰভাস আৰু চৈফ অভিনীত ‘Adipurush’ ১২ জানুৱাৰী, ২০২৩ তাৰিখে মুক্তি পাব

p.c- Tribune India

প্ৰভাস আৰু চৈফ অভিনীত ‘Adipurush’ ১২ জানুৱাৰী, ২০২৩ তাৰিখে মুক্তি পাব

ৰঙিলী বাৰ্ত্তাসেৱা-  অভিনেতা প্ৰভাসে তেওঁৰ ছবি ‘Adipurush”ৰ নতুন মুক্তিৰ তাৰিখ ঘোষণা কৰে। ১১ আগষ্টত মুক্তি পাবলগীয়া ছবিখন এতিয়া ২০২৩ চনৰ ১২ জানুৱাৰীত মুক্তি পাব। অভিনেতা আমিৰ খানে ‘আদিপুৰুষ’ৰ নিৰ্মাতাসকলক তেওঁলোকৰ মুক্তিৰ তাৰিখ পিছুৱাই দিয়াৰ বাবে ধন্যবাদ জনাইছিল কিয়নো তেওঁৰ ছবি ‘লাল সিং চাড্ডা’ ১১ আগষ্টত মুক্তি পাব।