প্ৰবীণ অভিনেত্ৰী জয়ন্তীৰ ৭৬ বছৰ বয়সত মৃত্যু

pc DNA India

অনলাইন বাৰ্ত্তাসেৱা – জ্যেষ্ঠ অভিনেত্ৰী জয়ন্তীৰ সোমবাৰে বাংগালুৰুত বয়স সম্পৰ্কীয় ৰোগৰ বাবে মৃত্যু হয়। মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ৭৬ বছৰ। তেওঁ ১৯৬৩ চনত কানাড়া চলচ্চিত্ৰ ‘জেনু গুডু’ৰ জৰিয়তে অভিনয় জীৱনৰ পাতনি মেলিছিল আৰু ইয়াৰ উপৰিও, তেলেগু, তামিল, কানাড়া আৰু মালায়ালম চলচ্চিত্ৰ উদ্যোগত অভিনেত্ৰী হিচাপে তেওঁ ৫০০ তকৈও অধিক চলচ্চিত্ৰত কৃতিত্ব অৰ্জন কৰিছে।

(UD.)