প্ৰবীণ অভিনেতা দিলীপ কুমাৰৰ চিৰশয়ন

pc Wikipedia

অনলাইন বাৰ্ত্তাসেৱা – বলীউডৰ প্ৰবীণ অভিনেতা দিলীপ কুমাৰৰ ৯৮ বছৰ বয়সত মুম্বাইৰ হিন্দুজা চিকিৎসালয়ত মৃত্যু হয়। শ্বাস-প্ৰশ্বাসত কষ্ট হোৱাত তেওঁক ২৯ জুনত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। যোৱা মাহৰ আৰম্ভণিতে, তেওঁ “বাইলেটাৰেল প্লুৰাল ইফিউচন” ( bilateral pleural effusion)ত আক্ৰান্ত হোৱা বুলি ধৰা পৰিছিল। দিলীপ কুমাৰে ১৯৪৪ চনত বলীউডত ভূমুকি মাৰিছিল আৰু তেখেতক ১৯৯৮ চনত শেষবাৰৰ বাবে ‘কিলা’ত দেখা পোৱা গৈছিল।

(UD.)