প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি তেওঁৰ কেবিনেট সম্প্ৰসাৰিত কৰি ৩৬ জন নতুন মুখ অন্তৰ্ভুক্ত কৰে

pc-news18

অনলাইন বাৰ্ত্তাসেৱা-  প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি তেওঁৰ কেবিনেট সম্প্ৰসাৰিত কৰি ৩৬ জন নতুন মুখঅন্তৰ্ভুক্ত কৰে। ইতিমধ্যে মোডীৰ মন্ত্ৰীসভাৰ অংশ হৈ থকা সাতজন মন্ত্ৰীক পদোন্নতি দিয়া হৈছে। এই সাতজন হৈছে কিৰেন ৰিজিজু, হৰ দীপ সিং পুৰী, জি কিষাণ ৰেড্ডী, মনসুখ মাণ্ডৱিয়া, অনুৰাগ ঠাকুৰ, জি কিষাণ ৰেড্ডী, পৰশোত্তম ৰূপালা আৰু ৰাজ কুমাৰ সিং।কেন্দ্ৰীয় কেবিনেটত নতুন মুখবোৰৰ দিয়া নাম  হল-

1. নাৰায়ণ তাতু ৰাণে (কোঙ্কন, মহাৰাষ্ট্ৰ| 69 বছৰ)
2. সৰ্বানন্দ সোণোৱাল (ডিব্ৰুগড়, অসম | 58 বছৰ)
3. বীৰেন্দ্ৰ কুমাৰ (সাগৰ, মধ্য প্ৰদেশ | 67 বছৰ)
4. জ্যোতিৰাদিত্য এম সিন্ধিয়া (গোৱালিয়ৰ, মধ্য প্ৰদেশ | 50 বছৰ
5. ৰামচন্দ্ৰ প্ৰসাদ সিং (নালন্দা, বিহাৰ | 63 বছৰ)
6. অশ্বিনী বৈষ্ণৱ (উৰিষ্যা | 50 বছৰ)
7. পশুপতি কুমাৰ পাৰস (মুংগেৰ, বিহাৰ | 68 বছৰ)
8. ভূপেন্দৰ যাদৱ (আজমেৰ, ৰাজস্থান | 52 বছৰ)
9. পংকজ চৌধুৰী (পূৰ্বাঞ্চল, উত্তৰ প্ৰদেশ | 56 বছৰ)
10. অনুপ্ৰিয়া সিং পেটেল (মিৰ্জাপুৰ, উত্তৰ প্ৰদেশ | 40 বছৰ
11. সত্য পাল সিং বাঘেল (আগ্ৰা, উত্তৰ প্ৰদেশ | 61 বছৰ)
12. ৰাজীৱ চন্দ্ৰশেখৰ (বেংগালুৰু, কৰ্ণাটক | 57 বছৰ)
13. সুশ্ৰী শোভা কাৰান্দলাজে (দক্ষিণ কানাড়া, কৰ্ণাটক | 54 বছৰ

14. ভানু প্ৰতাপ সিং বাৰ্মা (বুন্দেলখণ্ড, উত্তৰ প্ৰদেশ | 63 বছৰ
15. দৰ্শনা বিক্ৰম জাৰ্দোশ (চুৰাট, গুজৰাট | 60 বছৰ)
16. মীনাকাশী লেখি (দিল্লী | 54 বছৰ)
17. অনপূৰ্ণা দেৱী (উত্তৰ ছোটানাগপুৰ, ঝাৰখণ্ড | 51 বছৰ)
18. এ. নাৰায়ণস্বামী (চিত্ৰাঙ্গ, কৰ্ণাটক | 64 বছৰ)
19. কৌশল কিশোৰ (অৱধ, উত্তৰ প্ৰদেশ | 61 বছৰ)
20. অজয় ভট্ট (আলমোৰা, উত্তৰাখণ্ড | 60 বছৰ)
21. এল বাৰ্মা (ৰোহিলাখন্দ, উত্তৰ প্ৰদেশ | 59 বছৰ)

22. অজয় কুমাৰ (অৱধ, উত্তৰ প্ৰদেশ | 60 বছৰ)
23. চৌহান দেৱুসিংহ (খেদা, গুজৰাট | 56 বছৰ)
24. ভগৱন্ত খুবা (বিদাৰ, কৰ্ণাটক | 54 বছৰ)
25. কপিল মৰেশ্বৰ পাটিল (কোঙ্কন, মহাৰাষ্ট্ৰ | 60 বছৰ)
26. প্ৰতিমা ভৌমিক (আগৰতলা, ত্ৰিপুৰা | 52 বছৰ)
27. সুভাষ সৰকাৰ (মেদিনীপুৰ, পশ্চিম বংগ | 67 বছৰ)
28. ভাগৱত কিষাণৰাও কাৰাড (মাৰাঠৱাড়া, মহাৰাষ্ট্ৰ | 64 বছৰ
29. ৰাজকুমাৰ ৰঞ্জন সিং (ইম্ফল, মণিপুৰ | 68 বছৰ)
30. ভাৰতী প্ৰবীণ পাৱাৰ (খানদেশ, মহাৰাষ্ট্ৰ | 42 বছৰ)
31. বিশ্বেশ্বৰ টুডু (ময়ূৰভঞ্জ, উৰিষ্যা | 56 বছৰ)
32. শান্তনু ঠাকুৰ (প্ৰেচিডেন্সি, পশ্চিম বংগ | 38 বছৰ)
33. মুঞ্জাপাৰা মহেন্দ্ৰভাই (সুৰেন্দ্ৰনগৰ, গুজৰাট| 52 বছৰ
34. জন বৰলা (জলপাইগুৰি, পশ্চিম বংগ | 45 বছৰ)
35. এল মুৰুগান (কংগু নাডু, তামিলনাডু | 44 বছৰ)
36. নিসিথ প্ৰমানিক (জলপাইগুৰি, পশ্চিম বংগ | 35 বছৰ)