প্ৰধানমন্ত্ৰী মোডীয়ে ৰাষ্ট্ৰপতি কোবিন্দক সাক্ষাৎ কৰে, গুৰুত্বপূৰ্ণ বিষয়সমূহৰ বিষয়ে অৱগত কৰে

pc Yahoo Movies Canada.jpg

অনলাইন বাৰ্ত্তসেৱা – প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বৃহস্পতিবাৰে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দক সাক্ষাৎ কৰে আৰু গুৰুত্বপূৰ্ণ বিষয়সমূহৰ বিষয়ে অৱগত কৰা বুলি ৰাষ্ট্ৰপতি ভৱনৰ পৰা টুইটাৰযোগে উল্লেখ কৰে। এই বৈঠকখন সংসদৰ বাৰিষা অধিৱেশনৰ কেইদিনমান আগতে অনুস্থিত হৈছিল। অধিৱেশনখন ১৯ জুলাইত আৰম্ভ হ’ব আৰু সমাপ্ত হ’ব ১৩ আগষ্টত, মুঠ ২৬ দিন অনুস্থিত  হ’ব। ইয়াৰ পূৰ্বেই প্ৰধানমন্ত্ৰীয়ে ভ্ৰমণ কৰে তেওঁৰ লোকসভা সমষ্টি বাৰাণসী।

(UD.)