প্ৰথমবাৰৰ বাবে এনে অনুভৱ হৈছে যেন উত্তৰ-পূব ভাৰতৰ মূলসুঁতিৰ অংশ: ৰিজিজু

প্ৰথমবাৰৰ বাবে এনে অনুভৱ হৈছে যেন উত্তৰ-পূব ভাৰতৰ মূলসুঁতিৰ অংশ: ৰিজিজু

ৰঙিলী বাৰ্ত্তাসেৱা- কেন্দ্ৰীয় আইন মন্ত্ৰী কিৰেন ৰিজিজুৱে মণিপুৰ, নাগালেণ্ড আৰু অসমৰ আফস্পাৰ অধীনৰ এলেকা হ্ৰাস সন্দৰ্ভত এখন সন্মিলনত ভাষণ দি কয় যে “প্ৰথমবাৰৰ বাবে এনে অনুভৱ হৈছে যেন উত্তৰ-পূব ভাৰতৰ “মূলসুঁতি”ৰ অংশ। তেওঁ আফস্পা প্ৰত্যাহাৰৰ সিদ্ধান্তক “বিপ্লৱী” বুলিও অভিহিত কৰে আৰু লগতে কয় যে ইয়াৰ অৰ্থ হৈছে যে “শান্তি ঘূৰি আহিছে”।