প্ৰকৃতি – যোগেশ্বৰ কলিতা 

pc- Arara Tour

প্ৰকৃতি

যোগেশ্বৰ কলিতা 

 

পাহাৰীয়া নিজৰাৰ

কুলু কুলু ধ্বনি

শৰতৰ দুৱৰিত

নিয়ৰৰ মুকুতা

চালিনৃত্য চন্দত ৰত

ময়ূৰ ময়ূৰী

হে প্ৰকৃতি

কি যে অপৰূপা

তুমি মৰমী

এটি কবিতা কবিতা লগা

তুমি মন মোহিনী