পেৰালিম্পিকত জেভেলিন থ্ৰ’য়াৰ দেৱেন্দ্ৰ ঝাঝাৰিয়াই ৰূপৰ পদক ,সুন্দৰ সিং গুৰ্জাৰৰ  ব্ৰঞ্জৰ পদক জয়

pc- Scroll.in

পেৰালিম্পিকত জেভেলিন থ্ৰ’য়াৰ দেৱেন্দ্ৰ ঝাঝাৰিয়াই ৰূপৰ পদক ,সুন্দৰ সিং গুৰ্জাৰৰ  ব্ৰঞ্জৰ পদক জয়

অনলাইন বাৰ্ত্তাসেৱা- টকিঅ’ পেৰালিম্পিকত জেভেলিন থ্ৰ’য়াৰ দেৱেন্দ্ৰ ঝাঝাৰিয়াই ৬৪.৩৫ মিটাৰ শ্ৰেষ্ঠ থ্ৰোৰে ৰূপৰ পদক জয়। আনহাতে সুন্দৰ সিং গুৰ্জাৰে  ৬৪.০১ ৰ থ্ৰোৰে একেটা ইভেণ্টত ব্ৰঞ্জৰ পদক অৰ্জন কৰে। ৪০ বছৰীয়া দেৱেন্দ্ৰ ঝাঝাৰিয়াই ২০০৪ আৰু ২০১৬ ৰ পেৰালিম্পিকত স্বৰ্ণ পদক লাভ কৰিছিল।

 

(RT)