পিভি সিন্ধু, এইচ এছ প্ৰণয়ৰ চুইছ অপেন ২০২২ছেমি ফাইনেলত প্ৰৱেশ 

p.c Onmanorama

পিভি সিন্ধু, এইচ এছ প্ৰণয়ৰ চুইছ অপেন ২০২২ছেমি ফাইনেলত প্ৰৱেশ 

ৰঙিলী বাৰ্ত্তাসেৱা-  দুবাৰৰ অলিম্পিক পদক বিজয়ী পি ভি সিন্ধু আৰু এইচ এছ প্ৰণয়ে মহিলা আৰু পুৰুষৰ একক প্ৰতিযোগিতাত ক্ৰমান্বয়ে ২০২২ চনৰ চুইছ অপেন বেডমিণ্টন টুৰ্ণামেণ্টৰ ছেমিফাইনেলত উপনীত হয়। দ্বিতীয় স্থান প্ৰাপ্ত সিন্ধুৱে ৩৬ মিনিটত পঞ্চম স্থান প্ৰাপ্ত মিচেল লিক ২১-১০, ২১-১৯ ব্যৱধানত পৰাস্ত কৰে, আনহাতে প্ৰণয়ে ৪৩ মিনিটত কোৱাৰ্টাৰ ফাইনেলত স্বদেশী তথা কমনৱেলথ গেমছৰ প্ৰাক্তন স্বৰ্ণ পদক বিজয়ী পৰূপল্লী কাশ্যপক ২১-১৬, ২১-১৬ ব্যৱধানত পৰাস্ত কৰে।