পখিলা- লক্ষীপ্ৰিয়া দাস

পখিলা…

ৰঙা বগা পখিলাবোৰে
আকাশত উৰি ফুঁৰে;
ফুলত পৰি পখিলাবোৰে
মৌ-পান কৰে।
সিটো-ইটো ফুলৰ পাহিত
পখিলাই মৌ চুহি খায়;
তাকে দেখি মোৰ মনটো
ভাল লাগি যায়।

 লক্ষীপ্ৰিয়া দাস
পঞ্চম শ্ৰেণী
ৰবিগাঁও মধ্য ইংৰাজী বিদ্যালয়
টীয়ক,যোৰহাট