নৰ্থ চেনেল সাঁতুৰি পাৰ হ’ল এলভিছ আলী হাজৰিকাই

নৰ্থ চেনেল সাঁতুৰি পাৰ হ’ল এলভিছ আলী হাজৰিকাই

ৰঙিলী বাৰ্ত্তাসেৱা- নৰ্থ চেনেল সাঁতুৰি পাৰ হ’ল এলভিছ আলী হাজৰিকাই। নৰ্থ চেনেল সাঁতুৰি পাৰ হোৱা প্ৰথমগৰাকী অসমীয়া সাঁতোৰবিদ হিচাপে পৰিগণিত হ’ল এলভিছ। একেৰাহে ১৪ ঘণ্টা ৩৮ মিনিট সাঁতুৰি এই অভিলেখ গঢ়িলে সাঁতোৰবিদগৰাকীয়ে। নৰ্থ চেনেল পাৰ হোৱা ভাৰতৰ প্ৰথমজন বয়সস্থ সাঁতোৰবিদ এলভিছ। মিছন অপৰাজয় সফল কৰিলে এলভিছ আলী হাজৰিকাই। আন্তঃৰাষ্ট্ৰীয় সাঁতোৰবিদ এলভিছ আলী হাজৰিকাই এছিয়াৰ প্ৰথমটো ৰীলে দলৰ সদস্য হিচাপে ১৪ ঘণ্টা ৩৮ মিনিটত ইউৰোপৰ নৰ্থ চেনেল অতিক্ৰম কৰে।