নেহা ধুপিয়া দ্বিতীয়বাৰৰ বাবে গৰ্ভধাৰণ কৰিছে

নেহা ধুপিয়া দ্বিতীয়বাৰৰ বাবে গৰ্ভধাৰণ কৰিছে

অনলাইন বাৰ্তাসেৱা – বলীউডৰ অভিনেত্ৰী নেহা ধুপিয়া আৰু স্বামী অঙ্গদ বেদী পুনৰ পিতৃ-মাতৃ হ’বলৈ সাজু হৈছে। সোমবাৰে (১৯ জুলাই) নেহাই তেওঁৰ ইনষ্টাগ্ৰামত তেওঁলোকৰ ছোৱালী মেহৰৰ সৈতে এটা আকৰ্ষণীয় পাৰিবাৰিক প্ৰতিকৃতিৰ সৈতে শুভবাৰ্ত্তাটো শ্বেয়াৰ কৰিছে।

নেহা ধুপিয়াই ১৮ নৱেম্বৰ, ২০১৮ তাৰিখে তেওঁৰ স্বামী অঙ্গদ বেদীৰ সৈতে তেওঁৰ প্ৰথম সন্তান, কন্যা মেহৰ ধুপিয়া বেদীক আদৰণি জনাইছিল। দম্পতীহালে ২০১৮ চনৰ মে মাহত বিবাহপাশত আৱদ্ধ হৈছিল।

 

M.M