নেপালৰ প্ৰধানমন্ত্ৰী দেউবা ১ এপ্ৰিলত তেওঁৰ প্ৰথম ভাৰত ভ্ৰমণসূচীত উপস্থিত হ’ব

নেপালৰ প্ৰধানমন্ত্ৰী দেউবা ১ এপ্ৰিলত তেওঁৰ প্ৰথম ভাৰত ভ্ৰমণসূচীত উপস্থিত হ’ব

ৰঙিলী বাৰ্ত্তাসেৱা- নেপালৰ প্ৰধানমন্ত্ৰী শ্বেৰ বাহাদুৰ দেউবা ১ ৰ পৰা ৩ এপ্ৰিললৈ চৰকাৰী ভ্ৰমণত ভাৰতত উপস্থিত হ’ব বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে ঘোষণা কৰে। “২০২১ চনৰ জুলাই মাহত কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছত নেপালৰ প্ৰধানমন্ত্ৰীগৰাকীৰ।এইটো প্ৰথম দ্বিপাক্ষিক বিদেশ ভ্ৰমণ হ’ব”, এমইএ-য়ে কয়। দেউবাৰ সৈতে এক উচ্চ পৰ্যায়ৰ প্ৰতিনিধি দল যাব, ইয়াত যোগ দিয়া হৈছে।