নেতাজীৰ দৰে কৰ্তব্যৰ পথ লওক: প্ৰধানমন্ত্ৰী মোদী

p.c.The Indian Express

নেতাজীৰ দৰে কৰ্তব্যৰ পথ লওক: প্ৰধানমন্ত্ৰী মোদী

ৰঙিলী বাৰ্ত্তাসেৱা-  ৰাষ্ট্ৰীয় কন্যা শিশু দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ বঁটা বিজয়ীসকলৰ সৈতে বাৰ্তালাপ কৰে। তেওঁ তেওঁলোকক নেতাজী সুভাষ চন্দ্ৰ বসুৰ আদৰ্শ অনুসৰণ কৰিবলৈ কৈছিল। প্ৰধানমন্ত্ৰী মোদীয়ে শিশুসকলক কয়, “নেতাজীৰ পৰা অনুপ্ৰেৰণা লৈ আপুনি দেশৰ বাবে কৰ্তব্যৰ পথত আগবাঢ়িব লাগিব।”