নিউজিলেণ্ডৰ এৰিয়েন নিকলছনক ধৰাশায়ী কৰি কোৱাৰ্টাৰ ফাইনেলত লাভলীনা

Pc Rediff.com

নিউজিলেণ্ডৰ এৰিয়েন নিকলছনক ধৰাশায়ী কৰি কোৱাৰ্টাৰ ফাইনেলত লাভলীনা

ৰঙিলী বাৰ্ত্তাসেৱা-  ভাৰতৰ অলিম্পিকত ব্ৰঞ্জৰ পদক বিজয়ী বক্সাৰ লাভলীনা বৰগোঁহাই ১৬ ৰাউণ্ডত নিউজিলেণ্ডৰ এৰিয়ান নিকলছনক পৰাস্ত কৰি মহিলাৰ ৬৬ -৭০ কেজি (লাইট মিডলৱেট) শাখাৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে। লাভলীনাই তিনি ৰাউণ্ডৰ পিছত পইণ্টেৰে (৫-০) বাউটত জয়লাভ কৰে। কোৱাৰ্টাৰ ফাইনেলত লাভলীনাই ৱেলছ বক্সাৰ ৰোজি একলেছৰ মুখামুখি হ’ব।